* অ মহৎ লোকৰ বাণী *
"কোনে কয় অসম উন্নতিৰ পথত
আগবঢ়া নাই বুলি ? অসমৰ বাটে ঘাটে থকা জাবৰৰ
দ'মবোৰেই অসমৰ উন্নতিৰ প্ৰমাণ কৰে । উন্নতি যিমানেই
আহিব সমস্যা সিমানেই বঢ়িব ।"
____শ্ৰীল শ্ৰীযুক্ত অভয়াচণাবিন্দ মিচিকীৰাম স্বামী তৰৰুণজী গগৈ
কিবামন্ত্ৰী (অসম)
উৎস - ফিউজ লাইভৰ বাতৰি
বিঃ দ্ৰঃ - শ্ৰী ল শ্ৰীযুক্ত স্বামী তৰৰুণজ%2